মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

বাজেট বক্তৃতাত উল্লেখ কৰা অনুসৰি অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণে নিধি প্ৰদান কৰিবলগীয়া প্ৰকল্প

  • ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেটৰ ঘোষণাক্ৰমে, ১০ কোটি টকীয়া নিম্নলিখিত প্ৰকল্পসমূহ অনুমোদন কৰা হৈছে-
    ১) নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ নিৰ্মাণ,
    ২) বৰাক উপত্যকাত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ নিৰ্মাণ আৰু
    ৩) শিৱসাগৰত আজান পীৰ ক্ষেত্ৰ নিৰ্মাণ।