মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

সম্পূৰ্ণ হোৱা প্ৰকল্প

  • ক্ৰমিক নং প্ৰকল্পৰ নাম প্ৰকল্পৰ খৰচ(কৌটি) প্ৰশাসনিক বিভাগ বাস্তৱায়নকাৰী সংস্থা
    ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ প্ৰতিষ্ঠাৰ বাবে ভূমি অধিগ্ৰহণ ২৯.৬০ উচ্চ শিক্ষা বিভাগ উপায়ুক্ত, কামৰূপ
    ৰাষ্ট্ৰীয় ঘাইপথ-৫২ ত লিংক ৰোডৰ সৈতে কুৰুৱাৰ লগতে নাৰেংগীক সংলগ্ন কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত ৬-লেনযুক্ত দলং নিৰ্মাণ ৫.২০ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ
    গুৱাহাটীৰ ৰেলভিত্তিক গণ দ্ৰুত যাতায়াত পদ্ধতিৰ বাবে সম্ভাৱ্য প্ৰতিবেদন আৰু বিস্তৃত প্ৰকল্প প্ৰতিবেদন  ৭.৫২ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
    8 অসম ভৱন, নতুন দিল্লী (গোপীনাথ বৰদলৈ পথ, চাণক্যপুৰী)​ ৫৬.৪৫ সাধাৰণ প্ৰশাসনিক বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ
    কাৰ্বি আংলং জিলাত মিনট্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প ৩৫.৯১ বিদ্যুৎ বিভাগ অসম বিদ্যুৎ উৎপাদন সংস্থা লিমিটেড