মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

ৱেবছাইটৰ তথ্য পৰিচালক

এই ৱেবচাইটৰ সম্পূৰ্ণ তথ্য সমগ্ৰ বিভাগৰে এক সংহত প্ৰচেষ্টাৰ ফল, বিশেষকৈ বিভাগৰ পদেন তথ্য প্ৰৱন্ধকসকলৰ । তথ্যসমূহ পদেন তথ্য প্ৰৱন্ধকসমূহে বিভাগীয়ভাবে ঘোষিত তথ্য দায়বদ্ধতা মেট্ৰিক্সমতে প্ৰস্তুত কৰি দিয়ে । আমাৰ লক্ষ্য হ’ল বিভাগৰ বিশ্বাসযোগ্য, শুদ্ধ তথা সঠিক তথ্য আৰু সেৱা যোগান ধৰা বা প্ৰদান কৰা।আমাৰ প্ৰচেষ্টা নিয়মিত ৰূপত বিষয়বস্তু সাঙুৰি লোৱা, ইয়াৰ ৰূপাঙ্কণ আৰু প্ৰযুক্তিৰে যাতে ৱেবছাইটটো ব্যাপক আৰু সমৃদ্ধ কৰি ৰাখিব পাৰো। কিবা আসোঁৱাহ থাকিলে অনুগ্ৰহ কৰি আমাক জনালে শুধৰণিৰ বাবে ব্যৱস্থা লোৱা হ’ব।
তলত আমাৰ ঠিকনা দিয়া হ’ল-

নুৰুল ইছলাম​​​
 উপ প্ৰকল্প সঞ্চালক
অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ
তৃতীয় মহলা, F ব্লক, জনতা ভৱন, দিছপুৰ,
গুৱাহাটী-৭৮১০০৬
ভ্ৰাম্যভাষ : +৭০০২৫১৯১৫৯
ই মেইল : nurul.islam-as@gov.in