মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

প্ৰতিলিপি অধিকাৰ নীতি

এই ৱেবছাইটৰ উপাদানসমূহ এখন মেইলৰ দ্বাৰা আমাৰ পৰা অনুমতি গ্ৰহণৰ পাছত বিনামূল্যে পুনঃপ্ৰকাশ কৰিব পাৰে। অৱশ্যে উপাদানসমূহ যথাযথভাৱে প্ৰকাশৰ লগতে অমূলক পদ্ধতিত বা বিভ্ৰান্ত কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব নোৱাৰিব। উপাদানসমূহ যতেই প্ৰকাশিত বা ব্যৱহৃত নহওক, স্পষ্টকৈ উৎসক স্বীকৃতি দিয়াটো বাঞ্চনীয়।

অৱশ্যে পুনঃপ্ৰকাশৰ অনুমতি তৃতীয় পক্ষৰ স্বত্বাধিকাৰলৈ প্ৰসাৰিত হব নোৱাৰে। এনে উপাদানৰ পুনঃপ্ৰকাশৰ অনুমোদন বিভাগৰ পৰা প্ৰাপ্ত কৰা আৱশ্যক/স্বত্বাধিকাৰীৰ পৰা প্ৰাপ্ত কৰা আৱশ্যক। ভাৰতীয় আইনৰ দ্বাৰা এই স্বত্ব প্ৰযোজ্য। এই আইন অৱমাননা কৰিলে ভাৰতীয় আদালতৰ বিচাৰাধীন হব লাগিব।