মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

চলিত প্ৰকল্পসমূহ:

  • ক্ৰমিক নং প্ৰকল্পৰ নাম খৰচ (কৌটি ) প্ৰশাসনিক বিভাগ বাস্তৱায়নকাৰী সংস্থা
    মাজুলীত কাৰ্য্যালয় তথা আৱাস সমন্বিত ভৱনৰ নিৰ্মাণ, পৰ্যায়-১​ ৫০.০০ সাধাৰণ প্ৰশাসনিক বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ
    বেতকুচি, গুৱাহাটীত সমন্বিত সঞ্চালকালয় চৌহদ ​ ৪৭১.৪০ সাধাৰণ প্ৰশাসনিক বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ
    তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় (খণ্ড-১) ৪০.৬৩০৯ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ
    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়,গুৱাহাটীৰ নিৰ্মাণ ৫০.০০ সাংস্কৃতিক পৰিক্ৰমা বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ
    132/33 KV, 2x25MVA যুক্ত নাথকুচি উপষ্টেচন, 132 KV S/C ৰঙিয়া নাথকুচি ৬৮.৭৫ বিদ্যুৎ বিভাগ অসম বিদ্যুৎ গ্ৰিড কোম্পানী লিমিটেড
    নতুন দিল্লীত তৃতীয় অসম ভৱন (দ্বাৰকাত) ১00.00 সাধাৰণ প্ৰশাসনিক বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ
    মণিৰাম দেত্তৱান ট্রেড সেন্টাৰ,পৰ্যায়-২ ৬৯.৩১ শিল্প আৰু বাণিজ্য বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ

    কুমাৰ ভাস্কৰ বৰ্মন ক্ষেএ, নলৱাৰী

           - সাংস্কৃতিক পৰিক্ৰমা বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ

    সাংস্কৃতিক গৱেষণা কেন্দ্র, ৱৰাক উপত্যকা, পিছত স্বামী বিৱেকানন্দৰ নামেৰে নামাকৰণ হব

           - সাংস্কৃতিক পৰিক্ৰমা বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ
    ১০ আজান পীৰ ক্ষেএ, শিৱসাগৰ জিলা         - সাংস্কৃতিক পৰিক্ৰমা বিভাগ গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ