মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

ব্যৱহাৰৰ স্বর্তাৱলী

এই ৱেবচাইটটো ৰুপাঙ্কণ, বিকাশ আৰু পৰিচৰ্যা কৰে ্সম চৰকাৰৰ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ । যদিহে কোনো অস্পষ্চতা অনুভৱ হয় বা সন্দেহ হয়, ব্যৱহাৰকাৰীয়ে বিভাগীয় বা আন কোনো উৎসৰে অনুসন্ধান বা পৰীক্ষণ কৰিব লাগে, যাতে সঠিক পেছাগত পৰামৰ্শ পাব পৰা যায়। কোনো পৰিস্থিতিতে এই ৱেবচাইট ব্যৱহাৰৰ সৈতে জড়িত যিকোনো ধৰণৰ লোকচানৰ বাবে বিভাগ দায়ী নহ'ব । ভাৰতীয় আইনৰ অধীনত এই চৰ্ত আৰু স্থিতি জাৰী কৰা হৈছে । এই চৰ্ত আৰু স্থিতিৰ সৈতে কোনো ধৰণৰ মত বিৰোধ হ'লে বিষয়টো ন্যায়ালয়ত মীমাংসা  হ'ব ।

ৱেবছাইটোত উপলব্ধ তথ্যত বেচৰকাৰী/ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা সৃষ্ট আৰু পৰিচালনা কৰা তথ্যক ইংগিত কৰিবলৈ হাইপাৰটেক্সট লিংক বা পইণ্টাৰ থাকে। বিভিন্ন মন্ত্ৰালয় বা বিভাগে দিয়া এই লিংক আৰু পইণ্টাৰ্চবোৰ কেৱল মাত্ৰ আপোনাৰ জ্ঞাতাৰ্থে আৰু সুবিধাৰ বাবেই। যেতিয়া আপুনি ৱেবছাইটৰ বাহিৰৰ কোনো লিংক নিৰ্বাচন কৰে, আপুনি অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ  ৱেবছাইটটোৰ পৰা ওলাই আহে আৰু বাহিৰৰ ৱেবছাইটৰ মালিকৰ গোপনীয়তা আৰু সুৰক্ষাৰ অধীনস্থ হৈ পৰে। অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ সকলো সময়তে তেনে পৃষ্ঠাৰ উপলব্ধতা নিশ্চিত নকৰে।