মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

বেতকুচি, গুৱাহাটীত অধিদপ্তৰ কমপ্লেক্স:

গুৱাহাটীৰ বেতকুচিত ৪৭১.৪০ কোটি টকা ব্যয় কৰি বিভিন্ন অধিদপ্তৰ বা সঞ্চালকালয়সমূহ একেঠাইতে সামৰি লোৱাৰ পৰিকল্পনাৰে অধিদপ্তৰ কমপ্লেক্স নিৰ্মাণৰ প্ৰয়াস কৰা হৈছে।