ক্ৰমিক নং | প্ৰকল্পৰ নাম | প্ৰকল্পৰ খৰচ(কৌটি) | প্ৰশাসনিক বিভাগ | বাস্তৱায়নকাৰী সংস্থা |
---|---|---|---|---|
১ | ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ প্ৰতিষ্ঠাৰ বাবে ভূমি অধিগ্ৰহণ | ২৯.৬০ | উচ্চ শিক্ষা বিভাগ | উপায়ুক্ত, কামৰূপ |
২ | ৰাষ্ট্ৰীয় ঘাইপথ-৫২ ত লিংক ৰোডৰ সৈতে কুৰুৱাৰ লগতে নাৰেংগীক সংলগ্ন কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত ৬-লেনযুক্ত দলং নিৰ্মাণ | ৫.২০ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
৩ | গুৱাহাটীৰ ৰেলভিত্তিক গণ দ্ৰুত যাতায়াত পদ্ধতিৰ বাবে সম্ভাৱ্য প্ৰতিবেদন আৰু বিস্তৃত প্ৰকল্প প্ৰতিবেদন | ৭.৫২ | গুৱাহাটী উন্নয়ন বিভাগ | গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ |
8 | অসম ভৱন, নতুন দিল্লী (গোপীনাথ বৰদলৈ পথ, চাণক্যপুৰী) | ৫৬.৪৫ | সাধাৰণ প্ৰশাসনিক বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
৫ | কাৰ্বি আংলং জিলাত মিনট্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প | ৩৫.৯১ | বিদ্যুৎ বিভাগ | অসম বিদ্যুৎ উৎপাদন সংস্থা লিমিটেড |