ক্ৰমিক নং | প্ৰকল্পৰ নাম | খৰচ (কৌটি ) | প্ৰশাসনিক বিভাগ | বাস্তৱায়নকাৰী সংস্থা |
---|---|---|---|---|
১ | মাজুলীত কাৰ্য্যালয় তথা আৱাস সমন্বিত ভৱনৰ নিৰ্মাণ, পৰ্যায়-১ | ৫০.০০ | সাধাৰণ প্ৰশাসনিক বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
২ | বেতকুচি, গুৱাহাটীত সমন্বিত সঞ্চালকালয় চৌহদ | ৪৭১.৪০ | সাধাৰণ প্ৰশাসনিক বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
৩ | তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় (খণ্ড-১) | ৪০৪.৬৩০৯ | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
৪ | মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়,গুৱাহাটীৰ নিৰ্মাণ | ৫০.০০ | সাংস্কৃতিক পৰিক্ৰমা বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
৫ | 132/33 KV, 2x25MVA যুক্ত নাথকুচি উপষ্টেচন, 132 KV S/C ৰঙিয়া নাথকুচি | ৬৮.৭৫ | বিদ্যুৎ বিভাগ | অসম বিদ্যুৎ গ্ৰিড কোম্পানী লিমিটেড |
৬ | নতুন দিল্লীত তৃতীয় অসম ভৱন (দ্বাৰকাত) | ১00.00 | সাধাৰণ প্ৰশাসনিক বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
৭ | মণিৰাম দেত্তৱান ট্রেড সেন্টাৰ,পৰ্যায়-২ | ৬৯.৩১ | শিল্প আৰু বাণিজ্য বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
৮ |
কুমাৰ ভাস্কৰ বৰ্মন ক্ষেএ, নলৱাৰী |
- | সাংস্কৃতিক পৰিক্ৰমা বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
৯ |
সাংস্কৃতিক গৱেষণা কেন্দ্র, ৱৰাক উপত্যকা, পিছত স্বামী বিৱেকানন্দৰ নামেৰে নামাকৰণ হব |
- | সাংস্কৃতিক পৰিক্ৰমা বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |
১০ | আজান পীৰ ক্ষেএ, শিৱসাগৰ জিলা | - | সাংস্কৃতিক পৰিক্ৰমা বিভাগ | গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ |