মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

চছাইটি বা সমাজৰ পুঁজিৰ উৎস:

চছাইটি বা সমাজৰ পুঁজিৰ উৎস:
ক) অসম চৰকাৰ, ভাৰত চৰকাৰ বা অন্যান্য সংস্থাৰ অনুদান, ব্যক্তিগত বা চৰকাৰী সংস্থাৰ পৰা অনুদান।
খ) কোনো সহকাৰী সংস্থা, চৰকাৰী সংস্থা, ব্যক্তিগত সংস্থাৰ পৰা অনুদান, দান, উপহাৰ, সহায় হিচাপে অৰ্থিক সহায় ।
গ) অসম চৰকাৰ, ভাৰত চৰকাৰ, কোনো আৰ্থিক প্ৰতিষ্ঠান, ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান বা ওপৰত উল্লিখিত যিকোনো প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ।
ঘ) পৰিচালনা পৰিষদৰ দ্বাৰা নিৰ্ধাৰিত কোনো অন্য পদ্ধতিৰ দ্বাৰা অৰ্থ লাভ কৰিব পাৰে।